অসম

শান্তিৰ পথলৈ TLA আৰু UGPO, মুখ্যমন্ত্ৰীৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰিব ২ উগ্ৰপন্থী সংগঠনৰ সদস্যই…

শান্তিৰ পথলৈ আগবাঢ়িছে দুটাকৈ বিদ্ৰোহী সংগঠন।

আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰিব তিৱা লিবাৰেশ্যন আৰ্মী আৰু UGPOৰ কেডাৰে।

বৃহস্পতিবাৰে কলাক্ষেত্রত অস্ত্র সম্বৰণ কৰিব ২ উগ্রপন্থী সংগঠনৰ সদস্যই।

মুখ্যমন্ত্রীৰ উপস্থিতিত অনুষ্ঠিত হ’ব অস্ত্র সমৰ্পণ কাৰ্যসূচী।

উক্ত অনুষ্ঠানত মূলসুঁতিলৈ উভতি অহা RNLF, UPRF, NLFB, NSLA, ADFৰ সদস্যসকলক এককালীন বিত্তীয় অনুদান আগবঢ়াব মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, ২০১৪ চনৰ ১৬ অক্টোবৰত গঠণ হৈছিল তিৱা লিবাৰেশ্যন আৰ্মী।

মহিলা সদস্যসহ শতাধিক সদস্য আছে এই সংগঠনটোত।

Related Articles

Leave a Reply

Back to top button