লোমহৰ্ষক! সতীৰ্থ ভকতক কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা ডেকা সত্ৰাধিকাৰৰ…

নিউজ ডেস্কঃ নাজিৰাত লোমহৰ্ষক কাণ্ড।

ডেকা সত্ৰাধিকাৰৰ আক্ৰমণত প্ৰাণ গ’ল সতীৰ্থ ভকতৰ।

নাজিৰাৰ চকীমুখৰ নিৰ্মলীয়া গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।

জানিব পৰা মতে, সতীৰ্থ ভকতক কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা দুৰামাৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ।

ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তই কুঠাৰেৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ সতীৰ্থ ভকত জয়নাথ বৰাক।

ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ডেকা সত্ৰাধিকাৰজনক।

অৱশ্যে হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।