fbpx
অসম

‘মোৰ সংসাৰখন জোৰা লগাই দিয়া ভগৱান’- ভগৱানলৈ বিশেষ আৱেদন ভক্তৰ…

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন বিশেষ আৱেদন।

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰৰ দান পাত্ৰৰ পৰা ধনৰ লগতে ওলাইছে এখন বিশেষ পত্ৰ।

পত্ৰখনত লিখা আছে-‘মোৰ সংসাৰখন জোৰা লগাই দিয়া ভগৱান’।

চিঠিখন লিখোতাই এখন বগা কাগজৰ উপৰি ভাগত প্ৰথমে আকিছে এডাল ত্ৰিশূল। তাৰপাছত লিখিছে মোৰ সংসাৰখন জোৰা লগাই দিয়া ভগৱান।

ভগনৱানক দক্ষিনা দিয়া সলনি এখন কাগজত নিজে বিচৰাখিনি লিখি ভৰাই থৈ গ’ল সেই দানপাত্ৰত।

এতিয়া বহুতৰে সংসাৰ টনা আজোৰা। তাৰ মাজতে এই বিশেষ পত্ৰখনে বুজাইছে যেন, শিৱই তেওঁলোকৰ বাবে শেষ ভৰষা।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!