মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত তিনিজনকৈ দুৰ্ধৰ্ষ ডকাইত, নগদ ১.৪০ লাখ টকা জব্দ…

মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত।

নগাঁও আৰক্ষীৰ জালত পৰিছে তিনিজনকৈ দুধৰ্ষ ডকাইত।

ধৃত ডকাইত তিনিটা হৈছে মফিজুল ইছলাম, আইনুদ্দিন আৰু টুৰা আলী।

image 22
মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত তিনিজনকৈ দুৰ্ধৰ্ষ ডকাইত, নগদ ১.৪০ লাখ টকা জব্দ... 2

ধৃত ডকাইতকেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে .৩০৩ পিষ্টলসহ ২জাঁই সজীৱ।

লগতে আৰক্ষীয়ে নগদ ১ লাখ ৪০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে।

হয়বৰগাঁও আৰক্ষীৰ নেতৃত্বত চলিছিল এই অভিযান।