অসম
মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত ৩ দুৰ্ধৰ্ষ ডকাইত, জব্দ ৫ জাঁই সক্ৰিয় গুলীসহ এটা পিষ্টল…

মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত ৩ দুৰ্ধৰ্ষ ডকাইত।
দৰঙৰ নামখলাত মাৰণাস্ত্ৰসহ ৩ দুৰ্ধৰ্ষ ডকাইত কৰায়ত্ত।
জব্দ ৫ জাঁই সক্ৰিয় গুলীসহ এটা পিষ্টল।
গোমঠাপাৰা গাঁৱৰ কালপানী নৈৰ পাৰত বাহৰ পাতিছিল দলটোৱে।
বিহাৰৰ পৰা আহি কৰিছিল ডকাইতিৰ পৰিকল্পনা।
ধৃত ডকাইতকেইটা বিহাৰৰ মণিলাল মণ্ডল, সুৰেন্দ্ৰ মণ্ডল। ডকাইত দুটাক নেতৃত্ব দিছিল স্থানীয় যুৱক অজিত ডেকাই।
২৪ জানুৱাৰীত অসমত প্ৰৱেশ কৰিছিল বিহাৰৰ ডকাইত দুটাই।