fbpx
অসম

মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদত নিযুক্তিৰ বাবে বাধ্যতামূলক হ’ব স্নাতকোত্তৰ ডিগ্ৰীঃ শিক্ষামন্ত্ৰী

এতিয়াৰে পৰা মাধ্যমিক পৰ্যায়ত নাথাকিব স্নাতক শিক্ষকৰ পদ৷

মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদত নিযুক্তিৰ বাবে বাধ্যতামূলক হ’ব স্নাতকোত্তৰ ডিগ্ৰী।

লগতে থাকিব লাগিব বিএড ডিগ্ৰীও।

প্ৰাথমিক বিদ্যালয়ত নাথাকিব ইণ্টাৰমিডিয়েট শিক্ষকৰ পদ।

চাকৰি সেৱা বিধি প্ৰকাশৰ পাছতেই বিলুপ্ত হ’ব এইপদসমূহ।

এবছুৰ অধিৱেশনত উপস্থিত থাকি এই ঘোষণা শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷

লগতে খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰো আশ্বাস শিক্ষামন্ত্ৰীগৰাকীৰ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!