অসম
মাধমাৰ! পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল, প্ৰতি ইউনিটত ৭৯ পইচাকৈ মাচুল বৃদ্ধি…

ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ।
ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল।
প্ৰতি ইউনিটত ৭৯ পইচাকৈ বৃদ্ধি মাচুল।
অনাগত ৩ মাহলৈ বৰ্ধিত হাৰত গ্ৰাহকসকলে আদায় দিব লাগিব মাচুল।
ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই সিদ্ধান্ত শক্তি বিভাগৰ।
চলিত মাহৰ পৰা অন্তৰ্ভুক্ত হ’ব বৰ্ধিত মাচুল।
২০২৩ৰ জানুৱাৰীলৈ বাঢ়িব মাচুল।
বিজ্ঞপ্তিযোগে সদৰী কৰিলে APDCL-এ।