মাটি খান্দোতে ওলাল আহোম যুগৰ ৰূপৰ মুদ্ৰা!

নিউজ ডেস্ক। এছকেভেটৰেৰে মাটি খান্দােতে ওলাল আহােম যুগৰ আপুৰুগীয়া মুদ্ৰা।

এই ঘটনাৰ স্থান শিৱসাগৰ জিলাৰ ঐতিহাসিক হাঁহচৰা।

উল্লেখ্য যে হাঁহচৰাত আহোম ৰাজত্বৰ গৌৰৱেৰে বিজড়িত কেইবাখনো বাৰী আৰু পুখুৰী আজিও অৱহেলিত হৈ আছে।

G1 24
মাটি খান্দোতে ওলাল আহোম যুগৰ ৰূপৰ মুদ্ৰা! 2

ফটােঃ দীপক ছেত্ৰী

খনন স্থলীত কেইবাটাও ভঙা মাটিৰ টেকেলিও প্রত্যক্ষ কৰা হয়।

উদ্ধাৰ হােৱা এটা মুদ্ৰাত ১৬৬৯ চনটো উল্লেখ থকাৰ লগতে স্বৰ্গদেউ প্রমত্ত সিংহৰ নামটো উল্লেখ আছে।

এতিয়া প্রশ্ন হয়, প্ৰকৃততে উক্ত স্থানত কি কি পৌৰাণিক মুদ্ৰা উদ্ধাৰ হৈছিল আৰু কিমান পৰিমাণৰ হৈছিল সেয়া প্ৰকৃততে অনুসন্ধান কৰিব কোনে?

Leave a Comment