মহানগৰ আৰক্ষীৰ জালত ভুৱা PRC চক্ৰ, চাৰিজনক গ্ৰেপ্তাৰ…

মহানগৰ আৰক্ষীৰ জালত ভুৱা PRC চক্ৰ।

মহানগৰীৰ বশিষ্ঠৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৪ জনক।

আৰক্ষীৰ জালত পৰিছে বিহাৰৰ নীতিশ কুমাৰ আৰু ৰবি শংকৰক।

লগতে গ্ৰেপ্তাৰ হৈছে শ্বাহৰুখ চৈফিক আৰু আলিগড়ৰ শিৱমক।

মহানগৰীৰ বশিষ্ঠৰ পৰা আটাইকেইজনক গ্ৰেপ্তাৰ।

কিছুদিন পূৰ্বে ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুজনক।