অসম

মহানগৰ আৰক্ষীৰ জালত দুই গভাইত চোৰ…

চান্দমাৰী আৰক্ষীৰ জালত পৰিল দুই গভাইত চোৰ।

অল ইণ্ডিয়া ৰেডিঅ’ৰ কেম্পাচত ACৰ পাইপ চুৰি কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পৰিল দুই চোৰ।

ধৃত চোৰ দুটা দিলু বড়ো আৰু ছাহিল খান বুলি জানিব পৰা গৈছে।

দুইটা চোৰৰ ঘৰ মহানগৰীৰ চলাপাৰাত।

দুই চোৰৰ পৰা উদ্ধাৰ বহু চুৰি সামগ্ৰী।

Related Articles

Leave a Reply

Back to top button