মহানগৰ আৰক্ষীৰ জালত দুই গভাইত চোৰ…

চান্দমাৰী আৰক্ষীৰ জালত পৰিল দুই গভাইত চোৰ।

অল ইণ্ডিয়া ৰেডিঅ’ৰ কেম্পাচত ACৰ পাইপ চুৰি কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পৰিল দুই চোৰ।

ধৃত চোৰ দুটা দিলু বড়ো আৰু ছাহিল খান বুলি জানিব পৰা গৈছে।

দুইটা চোৰৰ ঘৰ মহানগৰীৰ চলাপাৰাত।

দুই চোৰৰ পৰা উদ্ধাৰ বহু চুৰি সামগ্ৰী।

Leave a Comment