মহানগৰী ভয়ংকৰ দুৰ্ঘটনা! জাৱৰ পেলোৱা গাড়ীৰ খুন্দাত নিহত ছাত্ৰ…

গুৱাহাটী মহানগৰী ভয়ংকৰ দুৰ্ঘটনা!

জি এম চিৰ জাৱৰ পেলোৱা গাড়ীৰ খুন্দাত নিহত এজন ছাত্ৰ।

মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

হাতীগাঁও লিটল ফ্লাৱাৰ স্কুলৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হৈছে।

মৃত ছাত্ৰজন নাৰেংগীৰ তীৰ্থপ্ৰতিম ডেকা।

আনহাতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ নম্বৰ হৈছে এ এছ০১ জিচি ৮০২৬।

ইতিমধ্যে বাহনখন জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে।