অসম
মহানগৰীৰ ৰাজপথত নিশা পুনৰ সুৰামত্ত যুৱতীৰ তাণ্ডৱ, ফালিলে আৰক্ষীৰ পোছাক…

মহানগৰীৰ ৰাজপথত সুৰামত্ত যুৱতীৰ তাণ্ডৱ।
নিশা সুৰামত্ত যুৱতীয়ে ফালিলে আৰক্ষীৰ পোছাক।
ৰাজধানী মছজিদৰ সমীপত সংঘটিত কৰিছিল দুৰ্ঘটনা।
দুৰ্ঘটনাৰ পিছতে উপস্থিত হোৱা আৰক্ষীৰে তৰ্কত লিপ্ত সুৰাৰ ৰাগিত মাতাল যুৱতীয়ে আৰক্ষীক দিয়ে বাধা।
শেষত হাতীগাঁও আৰক্ষীয়ে আটক কৰি গতাই দিয়ে দিছপুৰ আৰক্ষীক।
সুৰামত্ত যুৱকে মহিলা আৰক্ষীকো কৰে আক্ৰমণ।
অৱশ্যে আৰক্ষীয়ে ৰহস্যজনকভাৱে নিশাই এৰি দিয়ে ৰাজপথত তাণ্ডৱ চলোৱা সুৰামত্ত যুৱক-যুৱতীহালক।