fbpx
অসম

মহানগৰীৰ হাতীগাঁৱত বিধ্বংসী অগ্নিকাণ্ড! অগ্নিকাণ্ডত জ্বলি ছাই হ’ল ৩০টাৰো অধিক বাসগৃহ

মহানগৰীৰ হাতীগাঁও চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড।

হাতীগাঁও চাৰিআলিৰ মছজিদৰ বিপৰীত দিশত সংঘটিত হয় এই অগ্নিকাণ্ড।

চিলিণ্ডাৰ বিস্ফোৰণ ঘটি জুইয়ে লয় বিধ্বংসী ৰূপ।

অগ্নিকাণ্ডত জ্বলি ছাই হ’ল ৩০টাৰো অধিক বাসগৃহ।

মুঠ ৬ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়।

জানিব পৰা মতে এখন বাহনো ভস্মীভূত হয় জুইত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!