fbpx
গুৱাহাটী

মহানগৰীৰ বিষ্ণু মন্দিৰত চোৰৰ চাফাই অভিযান, তলা ভাঙি লুটি নিলে নগদ ধন, সোণ-ৰূপৰ অলংকাৰ

মহানগৰীৰ ভেটাপাৰাৰ গোপাল পথৰ বিষ্ণু মন্দিৰত চুৰিকাণ্ড।

গ্ৰীল ভাঙি মন্দিৰৰ ভিতৰত চোৰৰ প্ৰৱেশ।

চোৰে লুটি নিলে মন্দিৰৰ দানপাত্ৰৰ ধন, সোণ–ৰূপৰ অলংকাৰ, তাল দুযোৰ এপাট আৰু পাঁচটা গছা।

মন্দিৰৰ দুটাকৈ তলা ভাঙি চোৰে চলালে লুটপাত।

মূল দুৱাৰ খুলি মন্দিৰৰ ভিতৰত পূজাৰীয়ে প্ৰৱেশ কৰাৰ পিছতহে পোহৰলৈ আহে এই কথা।

চোৰে মন্দিৰটোত থকা আলমিৰাৰ নথি-পত্ৰ আদিও লণ্ডভণ্ড কৰে।

আলমিৰাত নগদ ধনৰ লগতে কাঁহ–পিতলৰ বাচন–বৰ্তন আছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!