মহানগৰীৰ দিছপুৰত চাঞ্চল্যকৰ ঘটনা, নিশা শুই থকা অৱস্থাত আক্ৰমণ অভিযন্তা পুত্ৰক

গুৱাহাটী মহানগৰীৰ দিছপুৰত চাঞ্চল্যকৰ ঘটনা৷

নিশা শুই থকা অৱস্থাত আক্ৰমণ এগৰাকী অভিযন্তা পুত্ৰক৷

আক্ৰমণৰ বলি হোৱা যুবকজন অভিজিৎ শইকীয়া বুলি জানিব পৰা গৈছে।

চোকা অস্ত্ৰৰে পেট আৰু ভৰিত আঘাত অভিজিতক।

বৰ্তমান GNRCত চিকিৎসাধীন অভিজিৎ শইকীয়া।