fbpx
অসম

মহানগৰীৰ অম্বিকাগিৰিত পহুৰ মুক্ত বিচৰণ…

মহানগৰীৰ অম্বিকাগিৰিত পহুৰ মুক্ত বিচৰণ।

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহি এটা বাসগৃহৰ চৌহদত মুক্ত বিচৰণ কৰে পহুটোৱে।

পহুটোৰ মুক্ত বিচৰণকলৈ আতংকিত অঞ্চলবাসী।

এনেদৰে চিৰিখানাৰ পৰা প্ৰায়েই জনাঞ্চলত পহুৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা যায়।

ঘটনা সন্দৰ্ভত স্থানীয়লোকে চিৰিয়াখানা কৰ্তৃপক্ষক অৱগত কৰে।

পিছত ঘটনাস্থলীত উপস্থিত হয় অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!