fbpx
অসম

মহানগৰীত THE BURNING TRAIN..! হঠাতে দপদপকৈ জ্বলিল চলন্ত অৱস্থাত থকা এখন যাত্ৰীবাহী ৰে’ল…

মহানগৰী চান্দমাৰীত THE BURNING TRAIN…

হঠাতে দপদপকৈ জ্বলিল চলন্ত অৱস্থাত থকা এখন যাত্ৰীবাহী ৰে’ল।

চানমাৰী উৰণীয়া সেতুৰ ওচৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

হঠাতে দপদপকৈ জ্বলি উঠিল এখন যাত্ৰীবাহী ৰেলৰ দবা।

জানিব পৰা অনুসৰি, নামনিমুৱা যাত্ৰীবাহী ৰেলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

কি কাৰণে এই অগ্নিকাণ্ড সংঘটিত হয় জানিব পৰা হোৱা নাই।

পুৱা ৬:৩০ বজাত বাংগালোৰুলৈ ৰাওঁনা হ’লহেঁতেন ৰে’লখন

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!