গুৱাহাটী

মহানগৰীত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ডকাইত বাবু আলী…

গুৱাহাটী মহানগৰীত আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হ’ল এজন যুৱক।

ৰাজগড়ৰ নবীন নগৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।

যুৱকজনৰ পৰা জব্দ কৰা হৈছে এটা পিষ্টল।

ধৃত যুৱকজনৰ নাম বাবুল আলী ওৰফে ৰফিক আলী ওৰফে বাবু।

চানমাৰি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে বাবু আলীক।

যুৱকজনৰ ঘৰ বৰপেটাৰ জনিয়াত বুলি জানিব পৰা গৈছে।

কেইবাটাও হত্যাকাণ্ডৰে ধৃত বাবু আলী জড়িত থকাৰ অভিযোগ।

লগতে অস্ত্ৰৰে বিভিন্ন লোকক ভয় ভাবুকি দিছিল ধৃত ডকাইতটোৱে।

Related Articles

Back to top button