অসম

মহানগৰীত প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰৰ আত্মহত্যা, নিজৰ পিষ্টলেৰে গুলীয়ালে মূৰত…

গুৱাহাটীত এগৰাকী প্রাক্তন মন্ত্রীৰ পুত্রৰ আত্মহনন।

প্রাক্তন মন্ত্রী তিলক গগৈৰ পুত্র ধ্রুৱ গগৈৰ আত্মহত্যা।

ৰুক্মিণী গাঁৱৰ এটা গাড়ীৰ শ্ব’ ৰূমৰ স্বত্বাধিকাৰী আছিল ধ্রুৱ গগৈ।

গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ ষ্টাৰ ক্ৰেষ্ট এপাৰ্টমেণ্টত এই ঘটনা।

নিজৰ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা ব্যৱসায়ীজনৰ।

বৃহস্পতিবাৰে নিশা নিজ বাসভৱনত আত্মহনন ধ্রুৱ গগৈৰ।

আত্মহত্যা কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Related Articles

Back to top button