অসম

মহানগৰীত চাঞ্চল্যকৰ ঘটনা! গাড়ীৰ ভিতৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ…

মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা।

চচলত এখন গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী লোকৰ মৃতদেহ।

চচলৰ পথৰ কাষত ৰখাই থোৱা এখন বোলেৰ’ বাহনৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো।

মৃতদেহটো কমলপুৰৰ কংকন কলিতা বুলি জানিব পৰা গৈছে।

মৃতদেহতো উদ্ধাৰ হোৱা বলেৰ’ বাহনখনৰ নম্বৰ AS O1BM 2806।

ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Related Articles

Back to top button