fbpx
অসম

মহানগৰীত চাঞ্চল্যকৰ ঘটনা, বাৰ্থ ডে’ পাৰ্টিত এজনক ডেগাৰেৰে আক্ৰমণ…

মহানগৰীৰ লাচিত নগৰত চাঞ্চল্যকৰ ঘটনা।

লাচিত নগৰৰ চিলভাৰ ইন হাউচত সংঘটিত এই ঘটনা।

বাৰ্থ ডে’ পাৰ্টিত এজনক ড্ৰেগাৰেৰে আক্ৰমণ।

চোকা অস্ত্ৰৰ আক্ৰমণ গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত ৰাতুল বৰ্মন নামৰ এজন লোক।

সংকটজনক অৱস্থাত হাস্পাতাললৈ প্ৰেৰণ লোকজনক।

মুৰ, ডিঙি, বুকু চোকা অস্ত্ৰৰে আক্ৰমণ ৰাতুলক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!