fbpx
অসম

মহানগৰীত এগৰাকী অভিযন্তাৰ মৃতদেহ উদ্ধাৰ…

গুৱাহাটীৰ হাটীগড় চাৰিআলীত চাঞ্চল্যকৰ ঘটনা৷

মন্দাকিনী এপাৰ্টমেন্টত উদ্ধাৰ এগৰাকী অভিযন্তাৰ মৃতদেহ৷

767

শুকুৰবাৰৰ পুৱা নিজৰ কোঠাত উদ্ধাৰ হয় মৃণাল কলিতা নামৰ অভিযন্তাগৰাকীৰ মৃতদেহ৷

PHEDৰ কাৰ্যবাহী অভিযন্তা আছিলা মৃনাল কলিতা৷

অভিযন্তাজনে ছুৰীৰে ডিঙি ৰেপি নিজকে শেষ কৰাৰ সন্দেহ আৰক্ষীৰ৷

অফিচৰ অত্যাধিক কামৰ হেচাৰ বাবে আত্মহত্যা কৰাৰ সন্দেহ পৰিয়ালৰ৷

ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

লগতে চাওকঃ

শােকাৱহ! বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত নাও দুৰ্ঘটনাত প্ৰাণ গ’ল কণমানি নিছাতৰ

G2 10

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!