গুৱাহাটী

মহানগৰীত আৰক্ষীৰ জালত সন্দেহজনক জেহাদী, সোধা-পোছা অব্যাহত…

মহানগৰীত আৰক্ষীৰ জালত সন্দেহজনক জেহাদী।

গুৱাহাটী ফটাশিল আমবাৰীৰ পৰা আটক আমজদ আজমল হুচেইন নামৰ এজন লোকক।

গোৱালপাৰা আৰক্ষীয়ে ফটাশিল আৰক্ষীৰ সহযোগত আমজাদ আজমল হুছেইনক নিজ গৃহৰ পৰা আটক কৰে।

আটকাধীন সন্দেহজনক জেহাদীজনক গোৱালপাৰাৰ এক বিশেষ স্থানত  ৰাখি সোধা-পোছা চলাই আছে।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষকে কোনো মন্তব্য এতিয়ালৈ দিয়া নাই।

Related Articles

Back to top button