অসম

ভয়াৱহ বানৰ মাজতে অঘটন! বন্ধুৰ সৈতে ফুৰিবলৈ গৈ পানীত পৰি সন্ধানহীন যুৱক…

ভয়াৱহ বানৰ মাজতে অঘটন ধুবুৰীৰ ট্ৰেজাৰী ঘাটত অঘটন।

৫ বন্ধুৰ সৈতে ফুৰিবলৈ গৈ সন্ধানহীন এগৰাকী যুৱক।

সন্ধানহীন হৈ পৰা যুৱকজন হৈছে অভিজিত্‍ সূত্ৰধৰ।

এইপৰ্যন্তলৈ সন্ধান নাই অভিজিত্‍ সূত্ৰধৰ নামৰ যুৱকজনৰ।

বিকল ফেৰিত বহি কথাপাতি থাকোঁতেই পানীত পৰি অভিজিৎ সূত্ৰধৰ সন্ধানহীন হৈ পৰে বুলি জানিবলৈ দিয়ে বন্ধু কেইজনে।

ধুবুৰীৰ মিছন ৰোডৰ আছিল অভিজিৎ সূত্ৰধৰ।

যুৱকজনক উদ্ধাৰৰ বাবে এছডিআৰএফৰ অভিযান অব্যাহত ৰাখিছে।

Related Articles

Back to top button