অসম

ভয়ংকৰ! শিৰচ্ছেদ কৰি কটা মূৰ লৈ থানাত উপস্থিত হত্যাকাৰী…

এক ভয়ংকৰ ঘটনা।

শিৰচ্ছেদ কৰি কটা মূৰ লৈ থানাত উপস্থিত হত্যাকাৰী।

শোণিতপুৰৰ ৰঙাপৰা দয়ালপুৰত সংঘটিত এই ভয়ংকৰ ঘটনা।

টুনিৰাম মাদ্রী নামৰ লোকজনে শিৰচ্ছেদ কৰিলে বইলৰ হেমৰম নামৰ এজন লোকৰ।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

বৰ্তমানলৈকে হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

ঘটনাৰ সন্দৰ্ভত সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে।

Related Articles

Back to top button