fbpx
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, বাইক দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে বিকাশ দাসে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

বাইক দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে বিকাশ দাসে।

বাক্সাৰ নিমুৱাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত নিমুৱাত দেওবাৰে পুৱতি নিশা দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, যুৱকজনে নিশা এক সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি ঘৰলৈ উভোতাৰ পথতে সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো।

image 6

পালচাৰ বাইকেৰে তীব্ৰবেগেৰে আহি থকৰা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত বাগৰি পৰি অকাল মৃত্যুক সাবটি লয় বাইক আৰোহী বিকাশে।

দুৰ্ঘটনাটোৰ ফলত সমগ্ৰ অঞ্চলটোতে পৰিছে শোকৰ ছাঁ।

ঘটনাস্থলীত গোৱৰ্দ্ধনা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে চাওকঃ

নিৰীহৰ লগত অত্যন্ত মৰমীয়াল হ’ব লাগিব অসম আৰক্ষীঃ মুখ্যমন্ত্ৰী

G7 9

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!