ভয়ংকৰ পথ দুৰ্ঘটনা! বাইক আৰোহী আৰক্ষী কনিষ্টবলক মহতিয়ালে যাত্ৰীবাহী টেম্প’ৱে…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নগাঁৱৰ ডিমৰুগুৰিত সংঘটিত হৈছে পথ দুৰ্ঘটনাটো।

পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত এগৰাকী আৰক্ষী কনিষ্টবল।

বাইক আৰোহী কনিষ্টবলজনক পিছফালৰ পৰা মহতিয়াইন নিয়ে এখন যাত্ৰীবাহী টেম্প’ৱে।

দুৰ্ঘটনাত আহত কনিষ্টবলগৰাকী আতিকুৰ ৰহমান।

আহত আতিকুৰক সংকটজনক অৱস্থাত জি এম চিলৈ প্ৰেৰণ কৰা হৈছে।

Leave a Comment