ভয়ংকৰ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল এল্ট’

এক ভয়ংকৰ পথ দুৰ্ঘটনা!

নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল এল্ট’।

দুৰ্ঘটনাটোৰ ফলত আহত হৈছে ৫ জনকৈ লোক।

দুধনৈত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

বাইক আৰু এল্ট’ৰ সংঘৰ্ষৰ ফলতেই এই দুৰঘটনাটো সংঘটিত হয়।

দুধনৈৰ ৪৬নং ৰাজ্যিক ঘাইপথ উপৰতোলা ৰোডত সংঘটিত হৈছে এই দুৰ্ঘটনা।

দুৰ্ঘটনাত আহত আটাইকেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।