ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰেভেলাৰে মহতিয়াই নিলে ৪ পথচাৰীক…

বোকাখাটত ভয়ংকৰ পথ দুৰ্ঘটনা!

ট্ৰেভেলাৰে মহতিয়াই নিলে ৪ পথচাৰীক।

আজি দুপৰীয়াৰ ভাগত বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ BBL ৰেষ্টুৰেন্টৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনাটো।

কাজিৰঙাৰ ব।ৰগছ ৰিজৰ্টৰ পৰা তিনিচুকীয়া অভিমূখী AS23BC-6676 নম্বৰৰ ট্ৰেভেলাৰ খনে মহতিয়ালে ৪ গৰাকীকৈ পথচাৰীক

আহত সকলৰ ভিতৰত ২ টি শিশু আছে বুলি জানিব পৰা গৈছে।

গুৰুতৰ ভাৱে আহত হৰিপ্ৰসাদ লোহাৰ (৭),গোলাপী চাচা (৪৫),কলমি বৰাইক (৪)নামৰ এটি শিশু আৰু এগৰাকী মহিলা।

দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেভেলাৰ খন সোমাই পৰে কাষৰে পথাৰত।

ইতিমধ্যেই কলমি বৰাইক নামৰ কনমানি জনীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে JMCH লৈ প্ৰেৰণ কৰিছে।

লগতে চাওকঃ

শাৰীৰিক প্ৰতিবন্ধকতা নেওচি সাহিত্য জগতত উজলিছে হিয়া…

Leave a Comment