ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা টাটা ইণ্ডিগ’ বাহনৰ, তিনিজন যাত্ৰী…

এক ভয়ংকৰ পথ দুৰ্ঘটনা!

ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা টাটা ইণ্ডিগ’ বাহনৰ।

গুৰুতৰভাৱে আহত টাটা ইণ্ডিগ’ বাহনখনৰ তিনিজন যাত্ৰী।

জাগীৰোডৰ কাঁহিকুছিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।

দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা বাহনখনত থকা তিনিজন যাত্ৰীৰ।

গুৱাহাটী অভিমুখে গৈ থকা এখন মালবাহী ট্ৰাকৰ পিছফালে খুন্দা মাৰে টাটা ইন্ডিগ’ বাহনখনে।

দুৰ্ঘটনাগ্ৰস্ত টাটা ইণ্ডিগ’ বাহনখনৰ নম্বৰ হৈছে এএছ ০২জে ৮১৪২।

তিনিওগৰাকী যাত্ৰীক জাগীৰোড অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।