ভয়ংকৰ পথ দুৰ্ঘটনাঃ বিধায়কৰ পুত্ৰসহ ৭ জনৰ কৰুণ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত বিধায়কৰ পুত্ৰসহ ৭ জনৰ কৰুণ মৃত্যু।

সোমবাৰে মাজনিশা প্ৰায় ২.৩০ বজাত বেংগালুৰুৰ কোৰমাংগলাত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো।

মাজনিশা জনশূন্য ৰাজপথত তীব্ৰ গতিত গাড়ী চলাই নিয়ন্ত্রণহীন হৈ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এই দুৰ্ঘটনাটোৰ ফলত তামিলনাডুৰ DMKৰ বিধায়ক ৱাই প্ৰকাশৰ পুত্ৰও নিহত হয়।

CCTVত ধৰা পৰিছে দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য।

Leave a Comment