ভয়ংকৰ দুৰ্ঘটনা! বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ১৫ গৰাকীকৈ লোক, আহত কেইবাজনো…

এক অতি ভয়ংকৰ পথ দুৰ্ঘঠনা।

ছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ১৪ গৰাকীকৈ লোক।

মধ্য প্ৰদেশত সংঘটিত হৈছে এই ভয়ানক পথ দুৰ্ঘটনাটো।

বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ১৪ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে দুৰ্ঘটনাত আহত হৈছে ৪০ গৰাকীকৈ লোক।

ৰেৱা জিলাৰ চুহাগী পৰ্বতমালা অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

গুৰুতৰভাৱে আহত ২০ জনক প্ৰয়াগৰাজৰ চিকিৎসালয়ত ভৰ্তি।

জানিব পৰা মতে, হায়দৰাবাদৰ পৰা গোৰখপুৰ অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখন।