অসম
ভয়ংকৰ দুৰ্ঘটনা! ফৰলেনযুক্ত ডিভাইডাৰত খুন্দিয়ালে তীব্ৰবেগী মালবাহী ট্ৰাকে…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।
ফৰলেনযুক্ত ডিভাইডাৰত খুন্দিয়ালে তীব্ৰবেগী মালবাহী ট্ৰাকে।
দেৰগাঁৱ লাহতী চাৰিআলিত নিশা সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এনএল০১ এএ৮৭১৬ নম্বৰৰ মালবাহী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে ফলত বাহনখনৰ সন্মুখভাগৰ বিস্তৰ ক্ষতিসাধন হয়।
গুৱাহাটী দিশৰ পৰা আহি আছিল লোহাভৰ্তি ট্ৰাকখন।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত পলায়ন কৰে ট্ৰাকচলক।