ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল আল্ট্ৰা বাছ

শিৱসাগৰ জিলাৰ ডিমৌ বামুণবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰিল এখন তীব্ৰবেগী আল্ট্ৰা বাছ।

দুৰ্ঘটনাত ৪০ গৰাকী যাত্ৰী কম-বেছি পৰিমাণে আহত।

ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত বামুণবাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰিল AS04AC9261 নম্বৰৰ কৃষ্ণনাৰায়ণ নামৰ আল্ট্ৰা বাছখন।

vlcsnap-2022-01-05-21h21m20s677

পুৱাৰ ভাগত শিৱসাগৰৰ পৰা ডিব্ৰুগড় দিশে তীব্ৰ গতিত যাত্ৰা কৰা আল্ট্ৰা বাছখন বামুণবাৰীৰ পথৰ পৰা পথৰ কাষত থকা এটা খাৱৈত বাগৰি পৰে।

vlcsnap-2022-01-05-21h21m18s395

এই দুৰ্ঘটনাত ফলত ৪০ জন লোক কম-বেছি পৰিমাণে আহত হয়।

আহত লোকসকলে নিজে নিজ তৎপৰতাত নিজৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্ঘটনাস্থলী ত্যাগ কৰে।

উক্ত দুৰ্ঘটনা বাছখনৰ চালকসহ হেণ্ডিমেন আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে পলায়ন কৰে বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

হাতত পিষ্টল, ওঁঠত চিগাৰেট লৈ ৰাজপথত বাইক ষ্টাণ্ট ২ বন্ধুৰ! তাৰ পাছত ঘটিল এই ঘটনা…

G2-1

সংগীৰ মৃত্যুত দিশহাৰা এটি ময়ূৰ, ভিডিঅ’ চাই আৱেগিক হ’ব আপুনিও…

g3

Leave a Comment