ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ পুখুৰীত পৰিল অল্টো বাহন, কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দ পুখুৰীত পৰিল এখন অল্টো বাহন।

বৰক্ষেত্ৰীত মুগদিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘনটাটো।

মুগদি-চামতা সংযোগী পথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ।

চামতা অভিমুখী আছিল এএছ ০১ডিএফ ৫০৩৩ নম্বৰৰ এল্ট’ বাহনখন।

ঘটনাস্থলীত দৌলাশাল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বাহনখন।