অসম

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ওপৰতে বাগৰিল যাত্ৰীবাহী বাছ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ওপৰতে বাগৰিল যাত্ৰীবাহী বাছ।

জোনাইত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।

ধিকাৰী দলঙৰ সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই ধিকাৰী দলঙৰ ওপৰত বাগৰিল এখন যাত্ৰীবাহী বাছ।

পাছিঘাটৰ পৰা তিনিচুকীয়া অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্থ বাহনখন।

দুৰ্ঘটনাটোৰ ফলত বাছখনত থকা বহু যাত্ৰী গুৰুত্বৰ ভাৱে আহত হৈছে।

৫১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ধিকাৰী দলঙৰ ওপৰত পথালিকৈ বাগৰি পৰাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে।

আঘাটপ্ৰাপ্ত লোক সকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Related Articles

Back to top button