ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল এল্ট’ বাহন, কথমপি প্ৰাণ ৰক্ষা চালকসহ তিনিজনৰ

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল এখন এল্ট’ বাহন।

গোলকগঞ্জৰ হৰিৰহাটৰ বেলতলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পুখুৰীত বাগৰি পৰিল এখন এল্ট’ বাহন।

দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালকসহ তিনিজন লোকৰ।

বিৰাতনগৰ চাৰিআলিৰ পৰা পাগলাহাটলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এএছ০১ডি আৰ৫১৯৫।