অসম
ভয়ংকৰ দুৰ্ঘটনা! নামাজ পঢ়ি ঘৰলৈ উভতাৰ পথত তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে শিশুক, মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নামাজ পঢ়ি ঘৰলৈ উভতাৰ পথত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে এটি শিশুক।
লংকাৰ কাৰিপানা তিনিআলীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
দুৰ্গটনাটোৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই ৭ বছৰীয়া আফাজ আলমে।
নামাজ পঢ়ি ঘৰলৈ যোৱাৰ সময়তে প্ৰাণ গ’ল কণমানি আফাজ আলমৰ।
দুৰ্ঘটনা সংঘটিত কৰা দ্ৰুতবেগী ডাম্পাৰখনৰ নম্বৰ AS-02CC-9663।
ঘটনাটো সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তদন্ত আম্ভৰ কৰিছে।