ভয়ংকৰ দুৰ্ঘটনা! দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে যাত্ৰীবাহী টেম্প’, থিতাতে নিহত ৪জন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে যাত্ৰীবাহী টেম্প’।

দুৰ্ঘটনাটোৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই ৪ জনকৈ লোকে।

আনহাতে গুৰুতৰভাৱে আহত হৈছে আন ৫ জনকৈ লোক।

কাছাৰৰ কাটিগড়াৰ টিকপাড়াত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

সংকটজনক অৱস্থাত আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।