ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে পথচাৰীক, এজনৰ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে এগৰাকী পথচাৰীক।

দুৰ্ঘটনাটোৰ ফলত প্ৰাণ হেৰুৱাই এগৰাকী লোকে।

বৰপেটাৰ সৰভোগৰ কামাৰগাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।

মৃত লোকজন কায়স্থ গাঁৱৰ গিয়াছউদ্দিন পাৰমানিক।

দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰ খনৰ নম্বৰ হৈছে- এ এছ-২৬ চি- ৫১৮৫

ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন।