ৰাষ্ট্ৰীয়
ভয়ংকৰ দুৰ্ঘটনা! ট্ৰাকৰ সৈতে ভানৰ সংঘৰ্ষত থিতাতে নিহত ৪জন লোক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।
এখন ভান আৰু ট্ৰাকৰ মাজত সংঘটিত হয় ভয়ংকৰ সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৪ জনকৈ লোক।
মহাৰাষ্ট্ৰ পালঘৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে ৮গৰাকীকৈ লোক।
মুম্বাই-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।