ৰাষ্ট্ৰীয়

ভয়ংকৰ দুৰ্ঘটনা! ট্ৰাকৰ সৈতে ভানৰ সংঘৰ্ষত থিতাতে নিহত ৪জন লোক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন ভান আৰু ট্ৰাকৰ মাজত সংঘটিত হয় ভয়ংকৰ সংঘৰ্ষ।

দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৪ জনকৈ লোক।

মহাৰাষ্ট্ৰ পালঘৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে ৮গৰাকীকৈ লোক।

মুম্বাই-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button