ভয়ংকৰ দুৰ্ঘটনা! ট্ৰাকৰ খুন্দাত নিশেষ এটি পৰিয়াল, থিতাতে নিহত পিতৃ-মাতৃসহ সন্তান…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিশেষ এটি পৰিয়াল।

কাৰ্বি আংলঙৰ ডিফুৰ বিৰলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

এখন চিমেণ্ট ভৰ্তি ট্রাকে মহটিয়াই নিলে বাইকসহ ৩জনক।

309 1
ভয়ংকৰ দুৰ্ঘটনা! ট্ৰাকৰ খুন্দাত নিশেষ এটি পৰিয়াল, থিতাতে নিহত পিতৃ-মাতৃসহ সন্তান... 3

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত পিতৃ-মাতৃসহ সন্তান।

বৰ্তমানেও ট্রাকৰ তলত সোমাই আছে দুটাকৈ মৃতদেহ।

বাইকখনৰ নম্বৰ NL-07 R 2744।

আনহাতে দুৰ্ঘটনাগ্ৰস্ত ট্রাকখনৰ নম্বৰ AS-01 DD 9654।

লগতে চাওকঃ

ঈদৰ উছাহত নিমিষতে নামি আহিল কলীয়া ডাৱৰ! পিতৃৰ সৈতে বজাৰ কৰিবলৈ গৈ মৃত্যু কিশোৰী ৱাহিদৰ

g1 2
ভয়ংকৰ দুৰ্ঘটনা! ট্ৰাকৰ খুন্দাত নিশেষ এটি পৰিয়াল, থিতাতে নিহত পিতৃ-মাতৃসহ সন্তান... 4