ভয়ংকৰ দুৰ্ঘটনা! ছুইফট বাহনৰ ওপৰত বাগৰি পৰিল বালিভৰ্তি ডাম্পাৰ, দুজনৰ অৱস্থা সংকটজনক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ছুইফট বাহনৰ ওপৰত বাগৰি পৰিল বালিভৰ্তি ডাম্পাৰ।

গোলাঘাটৰ থুৰামুখত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত আঘাতপ্ৰাপ্ত দুজনৰ সংকটজনক অৱস্থাত চিকিৎসালৈ প্ৰেৰণ কৰা হয়।

জানিহ পৰা মতে, AS23C C4404 নম্বৰৰ এখন বালিভৰ্তি ডাম্পাৰ বাগৰি পৰে AS19D 5940 নম্বৰৰ এখন ছুইফট ডিজাইয়াৰ বাহনৰ ওপৰত।

দুৰ্ঘটনাত ছুইফট ডিজাইআৰ বাহনখনৰ ভিতৰতে আৱদ্ধ হৈ পৰে ৫গৰকীকৈ যাত্ৰী।

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ এজনক উদ্ধাৰ কৰে।

আহত ৫জনৰ ভিতৰত দুজন লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।