অসম

ভয়ংকৰ ঘটনা! ৰাজপথত দাওদাওকৈ জ্বলিল এখন টেংকাৰ…

এক ভয়ংকৰ ঘটনা।

ৰাজপথত দাওদাওকৈ জ্বলিল এখন টেংকাৰ।

টীয়কৰ কলিয়াপানীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

কলিয়াপানীৰ আউনীআটী সত্ৰৰ তোৰণৰ সন্মুখত সংঘটিত হৈছে এই ঘটনাটো।

টেংকাৰখনৰ নম্বৰ হৈছে – এ এছ11 বিচি 0576 ।

পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে কলিয়াপানী অঞ্চল।

Related Articles

Back to top button