fbpx
অসম

ভয়ংকৰ অঘটন! চলন্ত গাড়ীৰ ওপৰত বাগৰি পৰিল বিদ্যুতৰ খুঁটা…

মাজুলীত চলন্ত গাড়ীৰ ওপৰত বাগৰি পৰিল বিদ্যুতৰ খুঁটা।

মাজুলীৰ কমলাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

কমলাবাৰী ফেৰীঘাটলৈ গৈ থকা অৱস্থাতে এখন বলেৰো বাহনৰ ওপৰত বাগৰি পৰে খুঁটাটো।

ঘটনাৰ ফলত বলেৰো বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়।

চাওক ভিডিঅ’

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!