fbpx
অসমীয়াৰাষ্ট্ৰীয়

ভেলেণ্টাইন ডে’ নহয়! ১৪ ফেব্ৰুৱাৰীত পালন কৰা হ’ব গৰু আলিংগন দিৱস…

নিউজ ডেস্কঃ এতিয়াৰে পৰা গৰুৰ বাবেও পালন কৰা হ’ব এটা বিশেষ দিন।

১৪ ফেব্ৰুৱাৰী হৈছে প্ৰেমৰ দিন।

ভেলেণ্টাইন ডে’ হিচাপে পৰিচিত এই দিনটোতে যুৱক-যুৱতীয়ে ইজনে আনজনৰ সন্মুখত প্ৰকাশ কৰে বুকুৰ ভালপোৱা।

সেই দিনটোতে এতিয়াৰে পৰা গৰু আলিংগন দিৱস পালন কৰিবলৈ যো-জা চলাইছে ভাৰতীয় পশু কল্যাণ পৰিষদে।

উল্লেখ্য যে, ভাৰতত গৰুৰ এক বিশেষ স্থান আছে।

কিন্তু গৰুৰ লাভালাভ আৰু গৰুৱে ভাৰতীয় সংস্কৃতি আৰু গ্ৰাম্য অৰ্থনীতিত কিদৰে মেৰুদণ্ডৰ ভূমিকা পালন কৰি আহিছে সেয়া উল্লেখ কৰি ১৪ ফেব্ৰুৱাৰীত গৰু আলিংগন দিৱস পালন কৰিবলৈ আহ্বান ভাৰতীয় পশু কল্যাণ পৰিষদৰ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!