অসম
ভিক্টৰ দাসৰ বাসগৃহত মহানগৰ আৰক্ষীৰ অভিযান, জব্দ লেপটপ সহ বহু সামগ্ৰী…

নিযুক্তি পৰীক্ষাত ধনৰ লেন দেনৰ অভি়যোগ তুলি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসৰ বাসগৃহত আৰক্ষীৰ অভিযান।
ভিক্টৰ দাসৰ কামৰূপৰ দদৰাৰ বাসগৃহত মহানগৰৰ আৰক্ষীয়ে চলাইছে অভিযান।
অভিযানত আৰক্ষীয়ে জব্দ কৰিছে এটা লেপটপ।
লগতে আৰক্ষীয়ে জব্দ কৰিছে বহু সামগ্ৰী।
উল্লেখ্য যে, শনিবাৰে আদালতত হাজিৰ কৰা হৈছিল ভিক্টৰ দাসক।
৭ দিনৰ আৰক্ষীৰ জিম্মাত দিছিল ভিক্টৰ দাসক।