ভাৰত-ভূটান সীমান্তত গুলীচালনা, বন বিভাগৰ গুলীত আহত এজন কাঠ ব্যৱসায়ী…

চিৰাঙৰ ভুটান সীমান্তৰ খুংগ্ৰীঙত গুলীচালনাৰ ঘটনা।

বন বিভাগৰ গুলীত আহত এজন কাঠ ব্যৱসায়ী।

বন বিভাগৰ গুলীত আহত ব্যক্তিগৰাকীৰ নাম বেনামিন বসুমতাৰী।

একাংশ লোকে আক্ৰমণ কৰিছিল বন বিভাগৰ লোকক।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চলোৱা গুলীত আহত হয় লোকজন।

সম্প্ৰতি আহত বেনামিন বসুমতাৰীক কাজলগাঁও চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।