ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে উদয় উমেশ ললিতৰ শপতগ্ৰহণ…

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত ল’লে ন্যায়াধীশ উদয় উমেশ ললিতে।

image 190
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে উদয় উমেশ ললিতৰ শপতগ্ৰহণ... 2

দেশৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ললিতে।

দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদ্ৰী মুৰ্মুৱে ন্যায়াধীশ উদয় উমেশ ললিতক পাঠ কৰালে শপতবাক্য।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

অনুষ্ঠানত লগতে উপস্থিত থাকে দেশৰ উপ-ৰাষ্ট্ৰপতি।