অসম
ভাৰতীয় ৰে’লৱেত যোগদান অসমৰ প্ৰতিভাসম্পন্ন চাইক্লিষ্ট চয়নিকা গগৈৰ…

ভাৰতীয় ৰে’লৱেত যোগদান অসমৰ প্ৰতিভাসম্পন্ন চাইক্লিষ্ট চয়নিকা গগৈৰ।
মালিগাঁৱৰ এন এফ ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ ৰে’ল বিভাগৰ বিষয়াৰ পৰা চয়নিকাই গ্ৰহণ কৰে নিয়োগপত্ৰ।
এছিয়ান চাইক্লিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল চয়নিকাই।
লগতে গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত উজলি উঠিছিল চয়নিকা।
চয়নিকাক স্পৰ্টছ কোটাত নিযুক্তি প্ৰদান কৰিছে ৰে’লৱে বিভাগে।